অভয়াপুৰীৰ বাতাবাৰী নাৰিকল উদ্যান চৌহদত নাৰিকল মেলা!

নিউজনেষ্ট,১৫মাৰ্চ ২০২৩,নিউজডেস্কঃ অভয়াপুৰীৰ বাতাবাৰী নাৰিকল উদ্যান চৌহদত আজি ভাৰত চৰকাৰৰ নাৰিকল উন্নয়ণ বোৰ্ডৰ উদ্যোগত নাৰিকল মেলা অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ৪০ হেক্টৰ সামৰি গঢ়ি তোলা উদ্যানখনত অনষ্ঠিত নাৰিকল মেলাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বভাৰতীয় নাৰিকল উন্নয়ণ বোৰ্ডৰ অধ্যক্ষ হনুমন্ত গৌৰা আৰু উত্তৰ শালমাৰাৰ কাৰ্যবাহী দণ্ডাধীশ আশিষ কলিতাই ।নাৰিকল উন্নয়ণ বোৰ্ডৰ ৰাজ্যিক সঞ্চালক ,বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী গৌৰাংগ দাস,নাৰিকল প্ৰচিচিং চছাইটিৰ সভাপতি বলোৰাম দত্ত আদিয়ে উপস্থিত থকা মেলাখনত কৃষকসকলক নাৰিকল উন্নয়ণ বোৰ্ডৰ সকলোবোৰ আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কয় ।

এনেধৰণৰ আন বাতৰিসমূহ