অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ধনতোলাত হৃদয়বিদাৰক ঘটনা!

নিউজনেষ্ট, ২১ মাৰ্চ ২০২৩, নিউজডেস্কঃ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ধনতোলাত হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহে ৷
★ পথৰ কাষৰ এখন পথাৰত পৰি থকা অৱস্থাত সোমবাৰে উদ্ধাৰ এটি ১০ দিনীয়া নৱজাতক ।
★বৰষুণত তিতি থকা অৱস্থাত এগৰাকী শিক্ষয়িত্ৰীয়ে নৱজাতকটোক
দেখা পাই ওচৰ চুবুৰীয়াক খবৰ দি জীৱিত অৱস্থাত উদ্ধাৰ কৰে ।
ঘটনাস্থলীত উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ নৱজাতকটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
১০ দিনীয়া নৱজাতকটোক মাতৃয়ে কিয় এনেদৰে পথৰ কাষত পেলাই থৈ গল সেইয়া ৰহস্যৰ আৱৰ্তত ।

এনেধৰণৰ আন বাতৰিসমূহ