আজিৰে পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌলোৎসৱ !

নিউজনেষ্ট,০৬ মাৰ্চ ২০২৩, নিউজডেস্কঃ

আজিৰে পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত দৌলোৎসৱ ।

# সন্ধিয়া ৬-৩০ বজাত মেষদাহ পৰ্বৰে আৰম্ভ হ’ৱ দৌলোৎসৱৰ কাৰ্যসূচী ।

# মহাপ্ৰভু দৌল গোবিন্দক সুসজ্জিত সিংহাসনত স্থাপন কৰি ব্ৰহ্মপুত্ৰৰ পাৰলৈ অনা হ’ব ।

# ব্ৰহ্মপুত্ৰৰ পাৰতে পূজাৰীয়ে যথাৰীতি মতে সম্পন্ন কৰিব মেষদাহ পৰ্ব ।

# মঙ্গলবাৰে মহাপূজা ।

# ইফালে, ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দৌলোৎসৱক লৈ উখল মাখল পৰিবেশ দৌল গোবিন্দ মন্দিৰত ।

# হোলী গীতৰ আখৰাত ব্যস্ত জীয়ৰী বোৱাৰী ।

এনেধৰণৰ আন বাতৰিসমূহ