আজি বিশ্ব কৰ্কট ৰোগ দিৱস!

নিউজনেষ্ট ০৪ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আজি বিশ্ব কৰ্কট ৰোগ দিৱস। যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলে বিশ্ব কৰ্কট দিৱস ৰোগ উপলক্ষে এক বিশাল ৰেলীৰ আয়োজন কৰে।

কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত আয়োজন কৰা এই সজাগতা ৰেলী কেঞ্চাৰ হস্পিটেলৰ পৰা উলিয়াই যোৰাবাট আৰক্ষী চকীৰ সন্মুখেৰে হৈ পুনৰ হস্পিটেলত সামৰণি পৰে।

এই কাৰ্যসূচীত হস্পিটেলৰ Managing Director M.N Baruah ই অংশগ্ৰহণ কৰি কৰ্কট ৰোগ অসমত কেনেদৰে বিয়পিছে তাৰ সন্দৰ্ভত সাংবাদিকৰ আগত মতামত ব্যক্ত কৰে।

এনেধৰণৰ আন বাতৰিসমূহ