আম আদমী পাৰ্টিৰ নেতৃত্বত নগাঁৱৰ বৰবজাৰত চাফাই অভিযান!

নিউজনেষ্ট,১৯ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ আম আদমী পাৰ্টিৰ নেতৃত্বত নগাঁৱৰ বৰবজাৰত চাফাই অভিযান।আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত এই অভিযান।
আম আদমী পাৰ্টিৰ নগাঁও জিলাৰ সম্পাদক ইনজামামুল হক, ৰাজ্যিক মহিলা শক্তি সাংগঠনিক সম্পাদিকা, যুগান্ত বৰা, যুটীয়া সমন্বয়ক, বিণা কাকতী, যুটীয়া সমন্বয়ক, ৰৌজী ৰ’চিদ, বিৰিঞ্চি বৰা, ছাবিৰ হুছেইন ইত্যাদিৰ উপস্থিতিত নগাঁও জিলাৰ বৰবজাৰত সম্পন্ন কৰা হয় চাফাই অভিযান l

এনেধৰণৰ আন বাতৰিসমূহ