ইউনিটী উই দা ব্লাড ডোনাৰ্চ য়ে ল’লে এক ব্যতিক্ৰমী প্ৰচেষ্টা।

নিউজনেষ্ট ১৯ মাৰ্চ,নিউজ ডেক্ম ৰিপোৰ্ট : ইউনিটী উই দা ব্লাড ডোনাৰ্চ য়ে ল’লে এক ব্যতিক্ৰমী প্ৰচেষ্টা। ৰক্ত দানৰ পৰা ওলাই আহি এইবাৰ পদপথত থকা বৃদ্ধ ব্যক্তিক দিলে নতুন পৰিচয়। গুৱাহাটীৰ অলিয়ে গলিয়ে ঘুৰি ফুৰা এই বৃদ্ধ ব্যক্তিজনক মঙ্গলদৈষ্ঠিত বৃদ্ধা আবাসত থোৱাৰ ব্যৱস্থা কৰিলে সংস্থাটোৰ সদস্য সকলে। জানিব পৰা মতে বৃদ্ধ ব্যক্তিজনক নিজৰ সন্তানে ঘৰৰপৰা বাহিৰ উলিয়ায় দিছিল। সংস্থাটিৰ এনে মহানুভৱতাক এটিয়া সকলোৱে প্ৰসংশা কৰিছে। উল্লেখযোগ্য যে সংস্থাটিয়ে বৃদ্ধ গৰাকীক সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে মঙ্গলদৈ বৃদ্ধ আবাসলৈ লৈ আহিব। বৃদ্ধ গৰাকীৰ নাম অৰ্জুন শৈয়েল,ঘৰ ধুবুৰীত জানিব পৰা গৈছে।

এনেধৰণৰ আন বাতৰিসমূহ