উওৰ গুৱাহাটী বাসীৰ বাবে এটা ভাল খবৰ!

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ উওৰ গুৱাহাটী বাসীৰ বাবে এটা ভাল খবৰ । তীব্ৰগতিত চলিছে উওৰ গুৱাহাটী জাইকা পকল্পৰ কাম ,অতি সোনকালেই ৰাইজে লাভ কৰিব খোৱা পানী , যিটো সময়ত উওৰ গুৱাহাটী বাসীয়ে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লগিয়া হৈছিল । তেনে সময়তেই পকল্পটোৱে উওৰ গুৱাহাটী বাসীক পানী যোগান ধৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি গুৰুত্ব অৰ্পণ কৰিছে । অহা এপ্ৰিল মাহৰ পৰাই পকল্পটোৱে উওৰ গুৱাহাটী বাসীৰ বাবে পানীৰ শুভা আৰম্ভণি কৰিব বুলি জানিব দিয়ে । ইতিমধ্যেই সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে জাইকা পকল্পটোৰ কাম ।

এনেধৰণৰ আন বাতৰিসমূহ