উত্তৰ গুৱাহাটীতো বাল্য় বিবাহ কৰা এজনক গ্ৰেপ্তাৰ!

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই উত্তৰ গুৱাহাটীতো এজনক গ্ৰেপ্তাৰ।

বেআইনী স্বামীজনক অভয়পুৰৰ ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ।

স্বামীজনৰ নাম টুটু দাস
ঘৰ মৰিগাওৰ পশ্চিম খিধাবাৰীত।

নিশা উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষীয়ে অভয়পুৰ ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

টুটু দাসে দহ মাহ পূৰ্বে মৰিগাওঁৰ পৰা নাবালিকাক পলুৱাই আনিছিল।

এনেধৰণৰ আন বাতৰিসমূহ