উত্তৰ গুৱাহাটী পৌৰসভাৰ ব্যতিক্ৰমী প্ৰয়াস !

নিউজনেষ্ট,০৮ মাৰ্চ ২০২৩,নিউজডেস্কঃ উত্তৰ গুৱাহাটী পৌৰসভাৰ ব্যতিক্ৰমী প্ৰয়াস ।

#পালেং শাক, বিত, হালধি, অপৰাজিতা ফুলেৰে প্ৰস্তুত কৰিছে ফাকু গুৰি ।

#এই জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা ফাকু গুৰিৰে হলি খেলিলে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে ।

#সততে নিজ কৰ্মৰ জৰিয়তে নিজকে উচ্চ প্ৰশংসাৰ পাত্ৰ কৰি তোলা উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলোৰ লগতো খেলিলে হলি ।

#স্বচ্ছ ভাৰত মিছনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই পদক্ষেপ উত্তৰ গুৱাহাটী পৌৰ সভাৰ ।

#আমদানীকৃত ফাকুৱাৰ আৰু প্লাষ্টিকৰ ফিচকাৰীৰ পৰিৱৰ্তে জৈৱিক ফাকুৱা আৰু বাহেৰে প্ৰস্তুত কৰা ফিচকাৰীক গুৰুত্ব দিবলৈ আহ্বান ।

এনেধৰণৰ আন বাতৰিসমূহ