এটা পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ তালাপত উত্তাল পৰিবেশ !

নিউজনেষ্ট,২০ মাৰ্চ ২০২৩,নিউজডেস্কঃ এটা পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ তালাপত উত্তাল পৰিবেশ ৷

# ৰাজপথত মৃতদেহ থৈ টায়াৰ জ্বলাই পথ অৱৰোধ উত্তেজিত জনতাৰ ৷

# কালি বিয়লি তালাপ কালি মন্দিৰৰ সমীপত তিনিজনীয়া উদণ্ড যুৱক উঠি অহা এখন তীব্ৰ বেগী স্কুটিৰ খুন্দাত নিহত হয় প্ৰদিপ দেৱনাথ (৪৫) নামৰ এজন লোক ৷

# দূখীক আটক আৰু নিহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত তালাপ টেঙাগাঁৱত স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

# আৰক্ষীৰ সৈতে বাক-বিতণ্ডা নিহতৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ৷

# তালাপ আৰক্ষী চকীৰ আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা দূখীক ইতিমধ্যে আটক কৰি ডুমডুমা  আৰক্ষী থানাত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

# তিনিচুকুীয়া জিলাৰ উক্ত পথচোৱাত একাংশ উদণ্ড চালকৰ বাবে সঘনাই সংঘটিত হয় পথ দূৰ্ঘটনা ৷

এনেধৰণৰ আন বাতৰিসমূহ