নগাঁৱৰ জাজৰিত হেৰ’ইনসহ মহিলাক আটক!

নিউজনেষ্ট ০৮ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ নগাঁৱৰ জাজৰিত হেৰ’ইনসহ মহিলাক আটক

ধৃত মহিলা গৰাকীৰ নাম তাছমিনা খাতুন।

জাজৰিৰ বগৰীগুৰি পামৰ কাছেম আলিৰ ঘৰত আৰক্ষীয়ে চলাইছিল এই অভিযান।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জাজৰি থানাৰ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান।

১৪১.৬৪ গ্ৰাম তিনিটাকৈ হেৰ’ইনভৰ্ত্তি চাবোনৰ বাকচৰ লগতে এখন স্কুটীও জব্দ।

তাছমিনা খাতুনৰ ভাতৃ মোবাৰক আলিকো একেদিনাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ