গুণ্ডামি কৰাৰ অভিযোগত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ!

নিউজনেষ্ট, ২৫ মাৰ্চ ২০২৩, নিউজডেস্কঃ

  • নগাঁও সদৰ TSI ৰঞ্জিৎ গগৈক ৰিজাৰ্ভ ক্ল’জ।
  • ৰিজাৰ্ভ ক্ল’জ নগাঁও SP লীনা দলেৰ।
  • শাস্তিমূলক ব্যৱস্থা TSI ৰঞ্জিৎ গগৈৰ বিৰুদ্ধে।
  • গগৈৰ বিৰুদ্ধে বৰবজাৰত গুণ্ডামি কৰাৰ অভিযোগ।
  • গগৈৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব ASPHQ) ত্রিদিৱ কুমবাঙক।
এনেধৰণৰ আন বাতৰিসমূহ