গোৰেশ্বৰত টায়াৰ জ্বলাই প্ৰতিবাদ অবড়ো সুৰক্ষা সমিতিৰ!

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

গোৰেশ্বৰ টায়াৰ জ্বলাই প্ৰতিবাদ অবড়ো সুৰক্ষা সমিতিৰ।

গোৰেশ্বৰত অবড়ো সুৰক্ষা সমিতিৰ ২৪ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

অবড়ো অধ্যুষিত গাওঁ কৰ্তনৰ দাবীত ২৪ ঘন্টীয়া উত্তৰ অসম বন্ধ ঘোষণা।

বন্ধৰ প্ৰভাৱ বাক্সা জিলাৰ গোৰেশ্বৰত।

ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী অফিচ,বেংক আদিত বন্ধৰ প্ৰভাৱ।

গোৰেশ্বৰৰ নাৰামাৰীত মুখ্য পথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।

অবড়ো সুৰক্ষা সমিতি,অসমৰ সভাপতি সুৰজ জামান সৰকাৰক প্ৰশাসনে আবদ্ধ কৰিছে বুলি জানিব পৰা গৈছে। শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী অবড়ো সুৰক্ষা সমিতিৰ।

এনেধৰণৰ আন বাতৰিসমূহ