গোৰেশ্বৰত নাগাৰা নাম সম্পৰ্কে নাগাৰা নাম সংঘৰ উপদেষ্টা মেদিনী মোহন নাথৰ মন্তব্য।

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃগোৰেশ্বৰত নাগাৰা নাম সম্পৰ্কে নাগাৰা নাম সংঘৰ উপদেষ্টা মেদিনী মোহন নাথৰ মন্তব্য।

শেহতীয়া ভাৱে ভাইৰেল হোৱা কৰিষ্মা নাথৰ গুৰু মেদিনী মোহন নাথে কি কলে শিষ্য কৰিস্মা নাথৰ বিষয়ে।

পূৰ্বৰ নাগাৰা নাম আৰু বৰ্তমানৰ নাগাৰা নামৰ ওপৰতো কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰাখিলে নাগাৰা নাম সংঘৰ উপদেষ্টা মেদিনী মোহন নাথে।

নাগাৰা নাম সংঘই কৰিষ্মা নাথক নাম বিকৃত কৰন কৰা বুলি কোৱা নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিষ্মা নাথৰ গুৰু গোৰেশ্বৰৰ মেদিনী মোহন নাথৰ।

নাগাৰা নাম সংঘৰ ওপৰত কৰা কতু মন্তব্যৰ বাবেহে কৰিষ্মা নাথক সেই মন্তব্য উঠাই লবলৈ কোৱা কৈছে।

আজি কালি সকলোৱে নাম বিকৃত কৰন কৰিছে।
নাগাৰা নামৰ নিজস্ব হেৰাই যাবলৈ ধৰা মন্তব্য কৰিলে পাঠক মেদিনী মোহন নাথে।

পূৰ্বৰ নামৰ সুৰ গাই শুনালে পাঠক মেদিনী মোহন নাথে।

 

এনেধৰণৰ আন বাতৰিসমূহ