চাংসাৰি আৰক্ষীৰ গুণ্ডাগিৰী!

নিউজনেষ্ট ৩০ জানুৱাৰী ২০২৩, নিউজ ডেস্কঃ

চাংসাৰি আৰক্ষীৰ গুণ্ডাগিৰী ।

বাতৰি সংগ্ৰহৰ বাবেযোৱা মহিলা সংবাদ কৰ্মীক প্ৰহাৰ ।
মনমোহন তালুকদাৰ নামৰ যান বাহন আৰক্ষী বিষয়াই সাংবাদিকৰ কেমেৰা কাঢ়ি দেখুৱালে বীৰত্ব ।
চাংসাৰী আৰক্ষীৰ থানাৰ চৌহদতে লিপিকা তালুকদাৰ নামৰ সাংবাদিকক কৰিলে শাৰীৰিক ভাৱে অপদস্থ । নিশা দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক গৰাকী ।গোছৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত বাহানৰ গৰাকীকো অপদস্থ কৰাৰ অভিযোগ । চাংসাৰী থানাই জব্দ কৰা ডাম্পাৰ নিশাই এৰি দি শলথেকত আৰক্ষী ।সাংবাদিকক ভয় ভাবুকিৰে ঘটনা গাপ দিয়াৰ চেষ্টা চাংসাৰী আৰক্ষীৰ ।

এনেধৰণৰ আন বাতৰিসমূহ