চিকিৎসাৰ ক্ষেত্ৰত নগাঁও বাসীৰ বাবে এক সু-খবৰ।

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃ নগাঁও বাসীৰ বাবে এটি শু খবৰ। নগাঁও চহৰৰ ধিং ৰোডত আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ড: ৰহমানৰ ডায়েবেটিছ ক্লিনিক এন্ড লেবৰেটৰী চেন্টাৰ ।চেন্টাৰটি মুকলি কৰে নগাঁৱৰ সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মায়ে। ড: ৰহমানৰ একক প্ৰচেষ্টাত ডায়েবেটিছ চেন্টাৰটো আজি মুকলি কৰিবলৈ সক্ষম হয়। ড: ৰহমানৰ ডায়েবেটিছ চেন্টাৰটোৰ স্বত্বাধিকাৰ ড:মুকচিদুৰ ৰহমানে কয় যে-এতিয়া আৰু নগাঁও বাসীয়ে ডায়বেটিছ ৰোগৰ চিকিৎসাৰ বাবে গুৱাহাটী অথবা অন্য ঠাইলৈ যাব নালাগে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ