জুইত জাহ গ’ল ঐতিহ্যমণ্ডিত চ’কবজাৰ!

নিউজনেষ্ট,১৭ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ যোৰহাটৰ চ’ক বজাৰত বৃহস্পতিবাৰ সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।এফালৰ পৰা জুইৰ গ্রাসত পৰে সমগ্র চ’ক বজাৰ। জ্বলি ছাই হ’ল ৩ শতাধিক সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠান। গোলাঘাট, শিৱসাগৰৰ পৰাও অনা হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।অইল, ONGC, মৰিয়নি, টীয়কৰ পৰাও অনা হয় বাহন। বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপণ হোৱা নাই জুই। বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।

এনেধৰণৰ আন বাতৰিসমূহ