ডিফুত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী পালন!

নিউজনেষ্ট ০৫ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডিফুত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী পালন। সোণালী জয়ন্তীৰ উদ্‌যাপনৰ কাৰ্যসূচী অনুসৰি ৪৭ সংখ্যক কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ২০ সংখ্যক দুলাৰাই বড়ো হাৰিমু অফেড সমিতিৰ বাৰ্ষিক অধিৱেশন।
দুদিনীয়া বৰ্ণিল কায্যসূচীৰে অনুষ্ঠিত কৰা অধিৱেশনখন ৫ ফেব্ৰুৱাৰিত সফল সামৰণি হয়।বড়ো সাহিত্য ভাষা সংস্কৃতি সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৪ আৰু ৫ তাৰিখে ডিফু ক্লাবত অনুষ্ঠিত কৰা অধিবেশনৰ কায্যসূচী সন্দৰ্ভত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতিয়ে মন্তব্য আগবঢ়ায়।

 

এনেধৰণৰ আন বাতৰিসমূহ