ডিফুত হোটেল মেনেজমেণ্ট আৰু কেটাৰিং পদ্ধতিৰ ওপৰত সজাগতা সভা!

নিউজনেষ্ট ০৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডিফুত পোণপ্ৰথম বাৰৰ বাবে হোটেল মেনেজমেণ্ট আৰু কেটাৰিং পদ্ধতিৰ উপৰত সজাগতা সভা।  দেশৰ আন ৰাজ্যৰ লগতে পাহাৰিয়া জিলাৰ যুবক-যুবতীয়ে হোটেল মেনেজমেণ্টৰ প্ৰশিক্ষন লৈ স্বাৱলম্বী হয় উদ্দেশ্যেৰে এই সজাগতা সভা।
পৰ্যটন মন্ত্ৰালয়ৰ নিদ্দেৰ্শ মৰ্মে কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ উদ্যোগত আৰু এনচিএএছএমচিটি(NCHMCT) নয়ডা আইএছএম(IHM)গুৱাহাটী সহযোগত অনুষ্ঠিত কৰা সজাগতা সভাত ৰাজ্যৰ লগতে বহিৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে। ডিফুৰ গ্ৰুথ চেনণ্টাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোয়া সজাগতা সভাত হোটেল মেনেজমণ্ট ক্ষেত্ৰত জিলা পৰ্যটন বিভাগৰ দায়িত্ব সন্দৰ্ভত বিভাগটোৰ দায়ত্বত থকা কাৰ্যবাহী সদস্য গৰাকীয়ে এনেদৰে মন্তব্য কৰে।

এনেধৰণৰ আন বাতৰিসমূহ