ডিমৰীয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সু খবৰ !

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ ডিমৰীয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সু খবৰ ৷

সোণাপুৰৰ নৰতাপ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত 22 ,23 আৰু 24 মাৰ্চত   তিনিদিনীয়াকৈ অনুষ্ঠীত হব ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ৷

ৰাজ্যৰ প্ৰায় তিনি শতাধিক  ছাএ ছাএীয়ে অংশ গ্ৰহন কৰিব এই সমাৰোহত ৷

জ্ঞান বিজ্ঞান সমিতি অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু  নৰতাপ উচ্চ মাধ্যমিক ও মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত  অনুষ্ঠিত হব এই সমাৰোহ ৷

এই উপলক্ষে আজি অঞ্চলটোৰ শিক্ষক শিক্ষয়িএী সকলক   প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যে এটি প্ৰশিক্ষন কেন্দ্ৰ মুকলি কৰে  কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেএী চিৰমনি কোঁৱৰে ৷

ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব এই সমাৰোহত।

 

এনেধৰণৰ আন বাতৰিসমূহ