ড্ৰাগছৰ ব্যৱসায়ত জৰিত চি আৰ পি এফ জোৱান!

নিউজনেষ্ট, ২০ মাৰ্চ ২০২৩, নিউজডেস্কঃ ড্ৰাগছৰ ব্যৱসায়ত জৰিত চি আৰ পি এফ জোৱান

নগাঁৱত গ্ৰেপ্তাৰ সুব্ৰত ভট্ট নামৰ 34 নং CRPF কেম্পৰ জোৱানক।

নগাঁৱৰ বেঙেনা আটিত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ সহ CRPF জোৱান সুব্ৰতৰ লগতে গ্ৰেপ্তাৰ কৰিছে ছফিকুল ইছলাম, ফুৰকান আলি আৰু ফকৰুদ্দিন নামৰ ড্ৰাগছ সৰবৰাহী কেইটাক ৷

ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা 18.14 গ্ৰাম হিৰ’ইনৰ লগতে AS 02 AH 4816 নম্বৰৰ এখন বাহন জব্দ কৰে আৰক্ষীয়ে ৷

অবৈধ ড্ৰাগছ ব্যৱসায়ত CRPF জোৱান জৰিত থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ