নগাঁও মহাবিদ্যালয় সন্মূখত NSUI ৰ উত্তাল প্ৰতিবাদ!

নিউজনেষ্ট,১৭ মাৰ্চ ২০২৩,নিউজডেস্কঃ

নগাঁও মহাবিদ্যালয় সন্মূখত NSUI ৰ উত্তাল প্ৰতিবাদ

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ সাব্যস্ত কৰে প্ৰতিবাদ

শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰিলে নগাঁও জিলা NSUI

শিক্ষামন্ত্ৰীৰ কাম নাই-মূখ্যমন্ত্ৰীৰ কাম নাই ধ্বনিৰে উত্তাল কৰিলে নগাৱঁৰ ৰাজপথ।

এনেধৰণৰ আন বাতৰিসমূহ