নগাঁৱৰ ফাঁচিৰোডত মহিলা গাঁওৰক্ষী বাহিনীয়ে আটক কৰিলে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক!

নিউজনেষ্ট,১৭ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ নগাঁৱৰ ফাঁচিৰোডত মহিলা গাঁওৰক্ষী বাহিনীয়ে আটক কৰিলে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক।

ৰেচমা বেগম নামৰ মহিলা গৰাকীক ড্ৰাগছ সহ আটক কৰি গতাই দিলে নগাঁও আৰক্ষীক।

মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ ড্ৰাগছ, বিৰি, নগদ ধনৰ লগতে বহু আপত্তি জনক সামগ্ৰী।

ধৃত মহিলা সৰবৰাহকাৰী গৰাকী নগাঁৱৰ পানীগাঁও চাৰিখুটিৰ ৰেচমা বেগম বুলি জানিব পৰা গৈছে।

এনেধৰণৰ আন বাতৰিসমূহ