নগাঁৱৰ বৰঘাটত আৰক্ষীৰ অভিযান।

নিউজনেষ্ট ০৪ এপ্ৰিল,২০২৩ : নগাঁৱৰ বৰঘাটত আৰক্ষীৰ অভিযান। অপৰাধ শাখাৰ ASP ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অভিযান। উদ্ধাৰ 7.65MM পিষ্টল আৰু ৫জাই সজীৱ গুলী। ইমটা গুমপা আৰু ইমনা নামৰ দুই অস্ত্ৰ সৰবৰাহকাৰীকো আটক।দুয়োৰে ঘৰ নাগালেণ্ডৰ মুকোচাঙত। ক্ৰিক্ৰেটাৰৰ বেশত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান।

এনেধৰণৰ আন বাতৰিসমূহ