নলবাৰীত জিলা কংগ্রেছৰ মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ।

নিউজনেষ্ট, ২৫ মাৰ্চ ২০২৩, নিউজডেস্কঃনলবাৰীত জিলা কংগ্রেছৰ মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ।

নলবাৰী চহৰৰ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা শিশু উদ্যোনৰ সন্মুখত নলবাৰী জিলা কংগ্রেছ কমিটিয়ে সাব্যস্ত কৰে মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ।

কংগ্রেছী নেতা তথা সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ তথা ৮ বছৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰা সিদ্ধান্তৰ প্ৰতিবাদত সাব্যস্ত কৰে প্ৰতিবাদ।

ইপিনে উক্ত প্ৰতিবাদ স্থলীত হাহে হাতে ‘মোদী-শ্বাহ হায় হায়’, ‘সংবিধান ৰক্ষা কৰক’, ‘বিজেপিৰ স্বৈৰতন্ত্ৰ বন্ধ কৰক’ আজি প্লে কাৰ্ড লৈ সাব্যস্ত কৰা দেখা গল প্ৰতিবাদ।

এনেধৰণৰ আন বাতৰিসমূহ