নলবাৰীৰ শুশ্ৰুষা হস্পিতালৰ সংবাদমেল।

নিউজনেষ্ট,১৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ নলবাৰীৰ শুশ্ৰুষা হস্পিতালৰ সংবাদমেল।
প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দিলে সংবাদমেল।
ডাঃ গোপাল কলিতাই সংবাদমেল সম্বোধন কৰি কৈ গল বহু কথা।
হস্পিতাল খনৰ সাফল্যৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগৰ কথাও দোহাৰে সংবাদমেলত।
এটি সাফল্য মণ্ডিত বৰ্ষপূৰ্তি উদযাপন কৰিব অহা ১৯ ফেব্ৰুৱাৰীত।
আমন্ত্ৰণ কৰিছে আছুৰ মূখ্য উপদেষ্টা ডঃ সমূজ্বল কুমাৰ ভট্টাচাৰ্য্য,বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেলী,নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা,পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী,অসম বানীৰ সম্পাদক দিলীপ চন্দ্ৰ শৰ্মা,নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাক।

এনেধৰণৰ আন বাতৰিসমূহ