নুনমাটিৰ হত্যাকাণ্ডৰ মৃতদেহ বিচাৰি মেঘালয় অভিমুখে অসম আৰক্ষী!

নিউজনেষ্ট,২১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

  • মহানগৰীৰ হত্যাকাণ্ডৰ মৃতদেহ বিচাৰি আজিও চলিব অভিযান
  • মেঘালয়ৰ ডাউকী পথত অভিযান চলাব মহানগৰ আৰক্ষীয়ে
  • মৃতদেহৰ টুকুৰাৰ সন্ধানত চলিব অভিযান
  • বন্দনা কলিতা, অৰূপ ডেকা, ধনটি ডেকাক লৈ মেঘালয়লৈ ৰাওনা
  • ৰাওনা হৈছে অসম আৰক্ষীৰ দল
এনেধৰণৰ আন বাতৰিসমূহ