পত্নীক হত্যা কৰি গাঁত খান্দি পুতি থ’লে মৃতদেহ!

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ নগাঁৱৰ ডিমৰুগুৰিত চাঞ্চল্যকৰ ঘটনা।

পত্নীক হত্যা কৰি গাঁত খান্দি পুতি থ’লে মৃতদেহ।

মমী দাস(৩০) নামৰ এগৰাকী মহিলাক হত্যা।

স্বামী নাৰায়ণ দাসে হত্যা কৰি পুতি থোৱাৰ সন্দেহ।

 

মৃত মমী দাস নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

 

দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল মমী দাস।

নগাঁৱৰ ডিমৰুগুৰিৰ নেচনেল একাডেমীৰ সমীপত এই ঘটনা।

 

শ্ৰমিকে মাটি খান্দিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহ।

 

দুদিন ধৰি পলাতক হৈ আছে নাৰায়ণ দাস।

 

নাৰায়ণ দাস পেছাত ই-ৰিক্সা চালক।

 

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।

এনেধৰণৰ আন বাতৰিসমূহ