ফাদিল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকত!

নিউজনেষ্ট,১৮ মাৰ্চ ২০২৩,নিউজডেস্কঃ

  • ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ তথ্যক ভুৱা আখ্যা ছেবাৰ
  • ২০২১ বৰ্ষৰ প্ৰশ্নকাকত কোনো দুষ্কৃতিকাৰীয়ে পুনৰ প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত
  • শেহতীয়া বিসংগতিৰ সুযোগ গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ মনোবল ভাঙি দিয়াৰ লক্ষ্য
  • এই বাতৰি সকলো সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছত মুখ খুলিলে ছেবাই।
এনেধৰণৰ আন বাতৰিসমূহ