বসন্ত পুখুৰী দৌল মহোৎসৱৰ আজি অন্তিম দিন!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩,নিউজডেস্কঃ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী ধমধমাৰ নিকটবৰ্তী মহিনা-শান্তিপুৰত অনুষ্ঠিত হৈছিল ৮৪ সংখ্যক বসন্ত পুখুৰী দৌল মহোৎসৱ৷

আজি এই দৌল মহোৎসৱৰ অন্তিম দিন৷

অন্তিমটো দিনত কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰি আৰম্ভ কৰে সুৱেঁৰি উৎসৱ৷

সুৱঁৰি উৎসৱত দৌলৰ পৰা গোসাইক উলিয়াই আনি গোটেই গাঁও পৰিভ্ৰমণ কৰা হব৷

গোসাঁইক গাঁও পৰিভ্ৰমণ কৰাৰ পিচত সন্ধিয়া মূল নামঘৰত গোসাঁইক প্ৰতিষ্ঠা কৰা হব।

এনেধৰণৰ আন বাতৰিসমূহ