বাজেটক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰতিক্ৰিয়া।

নিউজনেষ্ট,১৬ মাৰ্চ ২০২৩,নিউজডেস্কঃ বাজেটক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰতিক্ৰিয়া।

বাজেটক লৈ মন্তব্য জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ।

বাজেটত উল্লেখ নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ প্ৰসংগ।।

বাজেটৰ নামত কেৱল হিতাধিকাৰী সৃষ্টি কৰি চমক দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।

কৃষি ব্যৱস্থা উন্নীত কৰাৰ প্ৰসংগও স্থান নাপালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ তৃতীয়খন বাজেট।

পূৰ্বৰ বাজেট সম্পূৰ্ণ কাৰ্য্যকৰী নকৰাৰ অভিযোগ  সংগঠনটোৰ।

এনেধৰণৰ আন বাতৰিসমূহ