বানমুক্ত কৰিবলৈ তৎপৰ ৰাজ্য চৰকাৰ!

নিউজনেষ্ট,১৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ বানমুক্ত কৰিবলৈ তৎপৰ ৰাজ্য চৰকাৰ৷
✍️মহানগৰীৰ সৌৰভ নগৰত GMC ৰ বাহিনী নদীৰ ওপৰত থকা দলংৰ ওপৰত অভিযান৷
✍️বাহিনী নদী দখল কৰি থকা একাংশ লোকৰ ভাঙি দিয়া হ’ল দেৱাল-ঘৰ৷
✍️GMC বিষয়াৰ অভিযোগ একাংশ লোকে বাহিনী নদী দখল কৰি সাজি থৈছিল বাসগৃহ৷
✍️নিমিষতে ভাঙি দিয়া হ’ল একাংশ পৰিয়ালৰ বাসগৃহ-দেৱাল৷
✍️প্ৰায় এমাহ আগৰে পৰাGMC য়ে চলায় আহিছে উচ্চেদ অভিযান৷
✍️উল্লেখযে, বাহিনী খান্দি দিলে মহানগৰবাসী কৃটিম বানৰ পৰা মুক্ত হ’ব৷
✍️যি স্থানত GMC য়ে অভিযান চলাব সেইস্থানত GMC য়ে লগাব CCTV৷ইতিমধ্যে ভিন্নস্থানত সংযোগ কৰা হৈছে CCTV

এনেধৰণৰ আন বাতৰিসমূহ