বাল্যবিবাহ বিবাহ বিৰোধী অভিযানৰ সমৰ্থনত নলবাৰীত বৃহৎ সমদল!

নিউজনেষ্ট ০৮ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ মুখ্যমন্ত্ৰীৰ বাল্যবিবাহ বিবাহ বিৰোধী অভিযানৰ সমৰ্থনত নলবাৰীত বৃহৎ সমদল ।মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিক ভাবে বাল্যবিবাহৰ বিৰুদ্ধে যি অভিযান চলাই আছে তাক লৈ সমগ্ৰ অসমতে যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে । ইয়াৰ মাজতে আজি নলবাৰীত একাংশ পুৰুষ মহিলা একেলগে ওলাই আহি বাল্য বিবাহ বিৰোধী অভিযানৰ সমৰ্থনত এক সমদল উলিয়াই । নলবাৰী নাট্যমন্দিৰ বাকৰিৰ পৰা উলিওৱা এই সমদলত সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে । ‘বাল্য বিবাহ বন্ধ কৰক’,’মুখ্যমন্ত্ৰী জিন্দাবাদ’,’মহিলা শক্তি জিন্দাবাদ’ আদিৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

এনেধৰণৰ আন বাতৰিসমূহ