বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ!

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩, নিউজডেস্কঃ

  • বিজেপি নেতাক আক্ৰমণ
  • গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক আক্ৰমণ দুৰ্বৃত্তৰ
  • গুৱাহাটী ৰে’ল ষ্টেছনৰ সন্মুখত আক্ৰমণ কৰে দুৰ্বৃত্তই
  • চোকা অস্ত্ৰৰে সংঘটিত কৰিছিল এই আক্ৰমণ
  • ১৭ টা চিলাই কৰিব লগীয়া হৈছে পাঠকৰ ‍আঘাতপ্ৰাপ্ত স্থানবোৰত
  • প্ৰচূৰ ৰক্তক্ষৰণো হৈছে নেতাগৰাকীৰ
  • বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন পাঠক
এনেধৰণৰ আন বাতৰিসমূহ