বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু!

নিউজনেষ্ট, ০২ এপ্ৰিল ২০২৩, নিউজডেস্কঃ পশ্চিম কাৰ্বি আংলংৰ বৰমাজানত বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু।
👉যোৱা মঙলবাৰে পাহাৰৰ আৰ(মানে খেতি কৰা ঠাই)ত যাওঁতে গোটাই আনিছিল বনৰীয়া কাঠফুলা।
👉নিশা খোৱাৰ পিছত পিছদিনা পুৱাৰ পৰা অসুস্থ হৈ পৰিছিল একেটা পৰিয়ালৰ পাঁচজন।
👉যোৱা কালি মৃত্যু হয় মিঠু আমসং নামৰ এগৰাকীৰ ।
👉 বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন চিৰামিকা আমসং, ৰূপালী আমসং আৰু মিনতি আমসং নামৰ তিনিজন।
👉ইয়াৰোপৰি সংকতজনক অৱস্থাত মৰিগাঁওৰ চুলতান হস্পিতালত চিকিৎসাধীন বিশ্বজিৎ আমসং নামৰ অন্য এজন।

এনেধৰণৰ আন বাতৰিসমূহ