বিষ্ণু মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ!

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ অহা ইংৰাজী ৫,৬ আৰু ৭ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ মৰিগাঁৱৰ ধৰমতুলৰ বিষ্ণু মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ। উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ভাৰত চৰকাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তাকে লৈ এতিয়া ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। তুংগত উঠিছে বিষ্ণু মহোৎসৱৰ প্ৰস্তুতি।

এনেধৰণৰ আন বাতৰিসমূহ