বুদ্ধ কটকীৰ নগাঁও আমোলাপট্টিস্থিত বাসগৃহত আৰক্ষীৰ অভিযান!

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ উৎকোচ লওঁতেই আটক হোৱা বুদ্ধ কটকীৰ নগাঁও আমোলাপট্টিস্থিত বাসগৃহত আৰক্ষীৰ অভিযান।

নগাঁৱৰ ইটাচালী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাৰ নেতৃত্বত চলিছে এই অভিযান।

উল্লেখ্য যে কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক পথত অৱস্থিত হৈ আছিল বুদ্ধ কটকী।

উৎকোচ লওঁতেই দুৰ্নীতিৰ নিবাৰকৰ জালত পৰিল বুদ্ধ কটকী।

পৰৱৰ্তী সময়ত অভিযানত আৰক্ষীয়ে কি পায় সেয়া লক্ষণীয় হ’ব।

এনেধৰণৰ আন বাতৰিসমূহ