মঙ্গলদৈৰ উদমাৰীৰ ৰুদ্ৰাক্ষ ধাবাত ভয়ংকৰ অগ্নিকাণ্ড!

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃমঙ্গলদৈৰ উদমাৰীৰ ৰুদ্ৰাক্ষ ধাবাত ভয়ংকৰ অগ্নিকাণ্ড।

কেনেকৈ জুইৰ সূত্ৰপাত হৈছে এতিয়াও জানিব পৰা নাই।

জুই লগাৰ ফলত ধাবাৰ ভিতৰত ছিলিণ্ডাৰ বিস্ফোৰণ।

বিস্ফোৰণৰ পিছতেই সমগ্ৰ ধাবা জুইয়ে আগুৰি ধৰে।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা।

 

এনেধৰণৰ আন বাতৰিসমূহ