মহিলাই ব্লেদেৰে ৰেপিলে এজনৰ গুপ্তাংগ!

নিউজনেষ্ট,০৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ বটদ্ৰৱাৰ কদমনি পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ নিজৰেই মামা শহুৰে ভাগিন বোৱাৰীক কৰিব গৈছিল অনৈতিক কাৰ্য্য।

:নিজৰ সতীত্ব ৰক্ষাৰ বাবে মহিলা গৰাকীয়ে ব্লেদেৰে ৰেপি দিয়ে লম্পট জনৰ গুপ্তাংগ।

আক্ৰমণত আহত হয় নুৰ হুছেইন নামৰ লোকজন।

আজি নিশা সংগঠিত হৈছিল এই ঘটনা।

মহিলা গৰাকীয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত নুৰ হুছেইন ৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

লম্পট নুৰ হুছেইন বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এনেধৰণৰ আন বাতৰিসমূহ