মেট্ৰিকৰ অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১ এপ্ৰিলত!

নিউজনেষ্ট,১৭ মাৰ্চ ২০২৩, নিউজডেস্কঃ

  • বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব।
  • প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা।
  • ১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা।
  • ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰা মতে ১ এপ্ৰিল,২০২৩ ৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠি হ’ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা।
এনেধৰণৰ আন বাতৰিসমূহ