মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা!

নিউজনেষ্ট, ২৪ মাৰ্চ ২০২৩, নিউজডেস্কঃমেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা।

  • বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা।
  • প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই।
  • কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত।
  • SEBA নিয়োজিত বিষয়াই উভতি আহোতে লৈ আহিব অব্যৱহৃত নথি।
  • মেট্রিকৰ পৰীক্ষাক লৈ SEBAৰ নির্দেশনা।
এনেধৰণৰ আন বাতৰিসমূহ