মৰিগাঁও জিলাৰ দিবিকাত আৰম্ভ হৈছে দুদিনীয়াকৈ প্ৰথম পঞ্চম বাৰ্ষিক মহাপালনাম।

নিউজনেষ্ট ২৬ ফ্ৰেব্ৰুৱাৰী,সুব্ৰত কুণ্ডু,মৰিগাঁও: বিশ্ব শান্তিৰ কামনাৰে আজিৰে পৰা মৰিগাঁও জিলাৰ দিবিকাত আৰম্ভ হৈছে দুদিনীয়াকৈ প্ৰথম পঞ্চম বাৰ্ষিক মহাপালনাম। ইতিমধ্যে মহাপালনাম ভাগলৈ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে কণ কণ শিশুৰ পৰা ভকত বৈষ্ণৱ আইমাতৃ সমষ্টৰ।প্ৰথম দিনাৰ পুৱাৰ কাৰ্যসূচী অনুসৰি ধৰ্মধ্বজা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে আৰম্ভ হৈছে শ্ৰীমদ্ভাগৱত ভ্ৰমণ।

এনেধৰণৰ আন বাতৰিসমূহ