মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত উত্তপ্ত পৰিস্থিতি।

নিউজনেষ্ট ৪ ফ্ৰেব্ৰুৱাৰী,২০২৩,আব্দুৰ ৰফিক আনছাৰী,লাহৰিঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত উত্তপ্ত পৰিস্থিতি। স্বামীক বিছাৰি এদল মহিলাৰ আৰক্ষীৰ বাধা নেওঁচি থানাত প্ৰবেশ। থানাত স্বামী বিচাৰি কান্দোনৰ ৰোল। যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে ৪ জন অবৈধ স্বামীক আটক কৰিছে। ইলিয়াছ আলী, আবু হানিফ, গুনধৰ বৰদলৈ, নাজিৰুল ইছলামক আটক কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ