মৰিগাঁও ত উপস্থিত crime branch আৰু forensic ৰ এটা বৃহৎ দল !

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ মৰিগাঁও ত উপস্থিত crime branch আৰু forensic ৰ এটা বৃহৎ দল

🔷️মৰিগাঁও আৰক্ষীৰ সহযোগত মৰিগাঁও চৰকাৰী শ্মশানত উপস্থিত হৈ দলটোৰ অভিযান

🔷️ নেলীত উদ্ধাৰ হোৱা গুৱাহাটীৰ পৰা নিৰুদৃষ্ট বিশ্বজিত হাজৰিকাৰ মৃতদেহ পুতি ৰখা হৈছিল এই শ্মশানত

🔷আজিৰ পৰা চাৰিমাহ পূৰ্বে নেলীত উদ্ধাৰ হৈছিল মৃতদেহ

🔷মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চিনাক্তকৰণ নোহোৱাত মৰিগাঁও আৰক্ষীয়ে মৃতদেহতো চৰকাৰী শ্মশানত পুতি ৰাখিছিল ।

এনেধৰণৰ আন বাতৰিসমূহ