মৰিগাঁও ৰজাগাঁৱৰ আহঁত তলৰ মাটি পুৰনৰ আধাৰশিলা স্থাপন

নিউজনেষ্ট ৬ ফ্ৰেব্ৰুৱাৰী,২০২৩: আজি তিৱা স্বায়ত্ব পৰিষদৰ ২০২২-২৩ বৰ্ষৰ পুঁজিৰে মৰিগাঁও ৰজাগাঁও আঁহত তলৰ মাটি পূৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৱে লগতে উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ পৰিষদৰ সদস্য অজিত ডেকা লগতে মৰিগাঁও জেষ্ঠ সাংবাদিক অজিত শৰ্মা, আৰু লগতে গাঁৱৰ ৰাইজ সকল।

এনেধৰণৰ আন বাতৰিসমূহ