মৰিগাৱৰ বালিডোংগাত পুনৰ পাঠা কাণ্ড!

১০বছৰীয়া শিশুক ধৰ্ষণ

নিউজনেষ্ট, ২৬ মাৰ্চ ২০২৩, নিউজডেস্কঃ মৰিগাঁও জিলাৰ ভুৰাগাৱৰ বালিডোংগাত মানৱ, সমাজক লজ্জিত কলংকিত কৰা এক জঘন্য কাণ্ড পোহৰলৈ আহিছে।এই পৱিত্ৰ ৰমজান মাহতেই এটা ইমামে ১০ বছৰীয়া শিশুক পঢ়োৱাৰ চলনাৰে ধৰ্ষণ কৰা কাণ্ডই সমগ্ৰ জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি হয়। লম্প্ট ইমাম মঞ্জিল আহমেদ সম্প্ৰতি ভূৰাগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে বুলি জানিৱ পৰা গৈছে।লম্পট ইমাম জন টেঙাগুৰিৰ এখন হাফিজীয়া মাাদ্ৰাছাত শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখ্য যে কেইবছৰমান পুৰ্বে সেই একেইখন গাওঁতেই ছৈয়দ আলী পাঠা নামৰ এজন লম্মট ইমামে এজনী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ড পোহৰলৈ আহিছিল।

এনেধৰণৰ আন বাতৰিসমূহ