যোৰাবাটত জব্দ চোৰাং গৰু!

নিউজনেষ্ট,২৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ যোৰাবাটত জব্দ চোৰাং গৰু।।।
এ এছ ০১ পি চি  ৮৩৫৭  নম্বৰৰ এখন ১৬ চকাৰ ট্ৰাকত কঢ়িয়াই আনিছিল ৩০টাকৈ চোৰাং গৰু।।।
নগাওঁ পৰা মেঘালয়ৰ ফালে গৈ আছিল গৰু ভৰ্তি  ট্ৰাক খন ।
যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি পুৱতি নিশা জব্দ কৰিবলৈ সক্ষম হয় এই চোৰাং গৰু ভৰ্তি  ট্ৰাক খন। এন্ধাৰৰ সুযোগ লৈ পলাবলৈ সক্ষম হয় ট্ৰাক চালক জন।

এনেধৰণৰ আন বাতৰিসমূহ