যোৰাবাটৰ ১২ মাইলত জব্দ চোৰাং গৰু!

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ   যোৰাবাটৰ ১২ মাইলত জব্দ চোৰাং গৰু।।।

AS01 EC 6978 নম্বৰৰ এখন 1108 ট্ৰাকত কঢ়িয়াই আনিছিল ১৪ টাকৈ গোধন।

গোলাঘাট পৰা মেঘালয় অভিমুখী আছিল ট্ৰাকখনখন আৰু অতি কৌশলেৰে ওপৰত কাৰ্টুন দি বিশেষ চেম্বাৰ বনাই সৰবৰাহ কৰিছিল গৰুকেইটা।

যোৰাবাট আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি বাহনখন জব্দ কৰাৰ লগতে আটক কৰে চালক হাফিজুল আলি আৰু পৰিচালক নয়নজ্যোতি কাকতি,,

লগতে আটক গৈ সৰবৰাহৰ মাষ্টাৰমাইণ্ড মহম্মদ কপিল ওৰফে কিং আৰু জব্দ AS02AD2164 নম্বৰৰ এখন বিলাসী চুইফ্ট বাহন।

এনেধৰণৰ আন বাতৰিসমূহ