যোৰাবাট আৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি ট্ৰাক।

নিউজনেষ্ট, ২৬ মাৰ্চ ২০২৩, নিউজডেস্কঃযোৰাবাট আৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি ট্ৰাক।

মেঘালয়ৰ পৰা নামনি অসম অভিমুখে গৈ আছিল ট্ৰাক খন।

যোৱা নিশা মেঘালয়ৰ পৰা নামনি অসম অভিমুখে গৈ থকা AC 25 EC 1709 নম্বৰৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰে যোৰাবাট আৰক্ষীৰ এটা দলে।
জানিব পৰা মতে কাঠ কাঠ খিনিৰ বজাৰ মূল্য কেইবা লৈক্ষাধিক টকা।
ইতিমধ্য যোৰাবাট আৰক্ষীয়ে ট্ৰাক চলক জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

এতিয়া প্ৰশ্ন হয়,
কাৰ ছাত্র ছায়াত চলিছে এই চোৰাং কাঠ ব্যৱসায়!

কোন মাষ্টাৰমাইণ্ড এই চোৰাং কাঠ ব্যৱসায়ৰ !

এনেধৰণৰ আন বাতৰিসমূহ