যোৰাবাট আৰক্ষীৰ জালত বাইক চোৰৰ গেং।

নিউজনেষ্ট ০৪ এপ্ৰিল,২০২৩ :

📌যোৰাবাট আৰক্ষীৰ জালত বাইক চোৰৰ গেং।

📌আটক হ’ল দুই বাইক চোৰ জেমচন মাৰাক আৰু মুকেশ চাংমা।

📌উদ্ধাৰ দুখন চুৰি হোৱা বাইক।

📌ধৃত বাইক চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই মেঘালয়ৰ গাৰো হিলছৰ পৰা আটক হ’ল দুই বাইক চোৰ

📌ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে।

এনেধৰণৰ আন বাতৰিসমূহ